EXAMINE THIS REPORT ON ASSAMESE SYNONYMS

Examine This Report on Assamese synonyms

Examine This Report on Assamese synonyms

Blog Article

বসুন্ধৰা, বসুমতী, মহী, মেদিনী, ক্ষিতি, অৱনী, ধৰণী, ধৰা আদি।

অনুবদ্ধ, অন্বিত, জড়িত, প্রযুত, বিজড়িত, লিপ্ত, শ্লিষ্ট, সংযুক্ত, সংযোজিত, সংলগ্ন, সংলিপ্ত, সংশ্লিষ্ট, সংসক্ত, সক্ত, সন্নিহিত, সমাবিদ্ধ৷

নিশা, বিভাৱৰী, যামিনী, ৰজনী, ৰাত্ৰি, নিশি, অম্বিকা

অজমূৰ্খ, আহম্মক, জধামূৰ্খ, নিৰ্বুদ্ধি, নিৰ্বোধ, বুদ্ধিশূন্য, বুদ্ধিহীন, মন্দমতি, মূঢ়, মূৰ্খ, মূৰুখ, মূৰুখমতি৷

অপৰিচ্ছন্ন, আবিল, কলুষিত, check here কলুষতাপূৰ্ণ, ক্লেদাক্ত, পংকিল, ফেদেলা, মলিন, মলিয়ন, লেতেৰা৷

প্ৰসিদ্ধ–খ্যাতিমান, জনাজাত, বিখ্যাত, প্ৰখ্যাত, সুখ্যাত আদি।

পদ্ম–পদুম, অব্জ, সৰজিত, সৰোজ, নীৰজ, কমলিনী, নলিনী, অৰবিন্দ, পঙ্কজ, শতপত্ৰ, কমল, উৎপল, শতদল আদি।

ৰং–হৰ্ষ, স্ফূর্তি, সন্তোষ, পুলক, উল্লাস, বিনন্দ, আনন্দ, বিনোদ, বিনন্দীয়া আদি। ৰমনী–নাৰী, স্ত্ৰী, মহিলা, বণিতা, তিৰোতা, অৱলা, অঙ্গনা আদি।

অকৃতকাৰ্য, অকৃতকৃত্য, অকৃতাৰ্থ, অচৰিতাৰ্থ, অসফল, নিষ্ফল, বিফল, ব্যৰ্থ৷

সমীৰ, বায়ু, অনিল আদি। লাঠি– টাঙ্গুন, লাখুটি, টোকোন আদি। মেঘ–

অচিৰাংশু, অচিৰাভা, অণুভা, অনুপ্ৰভা, ক্ষণদ্যুতি, ক্ষণপ্রকাশ, ক্ষণপ্ৰভা, চঞ্চলা, চপল, চিকুৰ, দামিনী, নীলাঞ্জনা, বিজুৰি, বিজুলী, বিদুলী, মেঘজ্যোতি, শম্পা, সৌদামিনী৷

অক্ষয়ধাম, অমৃতলোক, অমৰধাম, অমৰলোক, অমৰা, অমৰালয়, অমৰাৱতী, অমৰ্ত্যভুৱন, অমৰ্ত্যলোক, আনন্দলোক, ইন্দ্ৰপুৰী, ইন্দ্ৰলোক, ইন্দ্ৰসভা, ইন্দ্ৰালয়, ইন্দ্ৰৰাজ্য, ঊৰ্ধ্বলোক, ঋভুক্ষ, ত্ৰিদশালয়, ত্ৰিদিৱ, ত্ৰিবিষ্টপ, দিব্যধাম, দিব্যলোক, দীপ্তক, দেৱপুৰ, দেৱপুৰী, দেৱভূমি, দেৱভৱন, দেৱলোক, দেৱসভা, দেৱালয়, দ্যু, দ্যুলোক, দ্যো, ধ্ৰুৱলোক, নিত্যধাম, পুণ্যলোক, শত্ৰুভৱন, সুখাধাৰ, সুধৰ্মা, সুধৰ্মাসভা, সুৰপুৰ, সুৰপুৰী, সুৰলোক, সুৰসদন, সুৰসভা, সুৰালয়, স্বঃ, স্বাৰাজ্য, স্বৰ্গ, স্বৰ্গধাম, স্বৰ্গপুৰী, স্বৰ্গলোক, স্বৰ্গৰাজ্য, স্বৰ্লোক, সৰগ৷

অক্ষত, নিখুঁত, নিঘুণী, নিদাগ, সৰ্বাংগসুন্দৰ৷

চৰাইখানা, চৰাইঘৰ, ধৰমশালা, পথিকশালা, পান্থশালা, পান্থনিবাস, মুছাফিৰখানা, যাত্ৰী-নিৱাস৷

Report this page